ন দি কন-অন্

ন দিহিং (Assamese) [ Roman: No Di.hing]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-17
1. River(Common Noun-Neuter) Tributary of Lohit. লোহিতjৰ উপনৈ৷ নদীখনে চাংলাং জিলাৰ চৌখাম গিৰিপথৰ ওচৰৰ পৰা ওলাই দিয়ুন নৈ নামেৰে নামদফা হৈ ২৫ কি:মি: পশ্চিম মুৱাহৈ মেওঁ চহৰ পায়৷ ইয়াত নৈখৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম৷ মেওঁৰ পৰাই নৈখনক ন-দিহিং নামে জনা যায়৷ এই নৈখনে তিনিচুকীয়া জিলাৰ পূব সীমাৰে মাত্ৰ তিনি কি:মি: আহি ধনেখনা নামৰ ঠাইৰ কিছু উত্তৰত লোহিতত পৰিছে৷
English: Na Dihing,
Assamese: ন দিহিং